অনুভৱ এটি ক্ষণৰ — তুলসী উপাধ্যায়

©Admin
0
মদাৰৰে সুগন্ধি বিচাৰি
সপোন মৰিচিকা দিয়াও
পক্ষীৰাজৰ পিঠিত উঠি
সময়ৰ দিশে আগুৱাও
তোমাতে কবিতা লিখোঁ
তোমাৰেই শিৰোনাম
স্মৃতিবোৰ বুটলি
ছন্দ সজাও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)