সৌন্দৰ্য তুলনা— মিনাক্ষী গগৈ

©Admin
0
এপাহ ধুনীয়া ফুল ফুলি থকা দেখিলে আমাৰ বৰ মৰম লাগে। আপোনাৰ লোকৰ বাৰু লাগেনে? ধুনীয়া ফুলপাহ ছিঙিবলৈ মন যায় নে আপোনাৰ, হয়তো বা নাযায় । তথাপিতো ফুলপাহ সদায়েই ধুনীয়া হৈ নাথাকে। অকস্মাত যদি ফুলপাহ কুশ্ৰী হ'বলৈ ধৰে তেতিয়া বাৰু আগৰ মৰম লগা ভাবটো থাকিবনে? কিন্তু ফুলপাহৰ গুণবোৰ একেই থাকে। আনহাতে এদিন ফুলপাহ মৰহি যাব আন এদিন হয়তো ফুলপাহ সৰি পৰা আহংকাৰ খুবেই প্ৰকট হৈ পৰে।
   থিক সেইদৰে এজন বা হাজাৰ জন ব্যক্তি ধুনীয়া ৰূপক লৈ কোনোৱেটো কাৰোবাৰ প্ৰেমত পৰে ।কিন্তু আমি সকলোৱে জানো ৰূপ ঈশ্বৰদত্ত। কিন্তু সেই সৌন্দৰ্যশালী মহিলা বা পুৰুষ জন যদি অকস্মাত যদি কুশ্ৰী হ'বলৈ ধৰে। কিন্তু সেই ব্যক্তিৰ জনৰ গুণবোৰ একেই থাকে। তেতিয়া বাৰু সেই ব্যক্তিজনে তেওঁ প্ৰেমত পৰিবনে ? সেই প্ৰেম দীৰ্ঘস্থায়ী হ'ব নে বাৰু ক্ষণস্থায়ী হ'ব?

    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)