কলংকিতা
অবিশ্বাস্য হ'লেও ই মোৰ বাবে সত্য।
শুনিবলৈ শুৱলা ন'হলেও মোৰ বাবে শুৱলা এটা শব্দ।
জন্মৰ পৰা বুকুত বান্ধি অনা অবিশ্বাস্য সত্য এটা নাম"কলংকিতা"
য'ত মোৰ জীৱনৰ লগত জড়িত প্ৰতিটো তেজৰ শিৰে শিৰে বৈ যোৱা এটা অস্বস্তি এটা শব্দ।
য'ত লুকাই থাকে হাজাৰটা প্ৰশ্ন??

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ