ফাগুন••কুঞ্জ মোহন কাকতি

@admin
0
ফাগুনৰ আবেলি ৰঙে
         জগাই তুলিলে 
তুমি আহিবা বুলি খবৰ লৈ।

     পলাশ,মদাৰ, শিমলু ও 
  ফুলি উঠিছে আবিৰৰ খবৰ পাই।
     ফাগুনী জনীহে নাই কাষত,
   মই সফল হʼব নোৱাৰা দুখত।।

    ফাগুনৰ পছোৱা বা-মাৰলীয়ে,
        উৰুৱাই নি কৰিলে নাঙঠ।

তুমি আহিবা বুলি আজিও,
    ৰৈ আছোঁ প্ৰতিপল। 
  মোৰ উকা হিয়া খনত,
ফাগুনৰ ঘৰ সাজিবা বুলি।।

                      

    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)