নাৰী-অলকেশ খাটনিয়াৰ

©Admin
0
     এই ধৰাক
  তোমাৰ আগমনে
  এক নতুন ৰূপ দিলে
  নহ'লে এই ধৰা
  কেতিয়াবাই নিঃশেষ হ'ল হৈ
  হে নাৰী, তুমি আছা বাবেই
  এই ধৰা আজি বৰ্তি আছে
  ঈশ্বৰৰ এক অতুলনীয়
  উপহাৰ নাৰী
  যি সকলো পুৰুষৰ
  সকলো পৰিস্থিতিতে
  অনুপ্ৰেৰণা, সাহস হৈ
  সকলো বাধা দূৰ কৰে
  সেয়েহে চৰণ বন্দিছো
  আপোনালোকৰ ওচৰত 
  কৰা প্ৰতিটো ভুলৰ বাবে।
         
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)