আজি১৪ মাৰ্চ দিনটোৰ বিশেষত্ব

@admin
0
১৪ মাৰ্চ (ইংৰাজী: 14 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৩ তম (অধিবৰ্ষত ৭৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী
জন্ম
১৮৭৯ - এলবাৰ্ট আইনষ্টাইন, ন’বেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থ বিজ্ঞানী।
১৯৩৪ - আল্পনা বন্দোপাধ্যায়, ভাৰতীয় কণ্ঠশিল্পী।
১৯৩৪ - এলি আহমেদ, ভাৰতীয় লেখিকা, চিত্ৰনাট্যকাৰ, নিৰ্দেশক, গীতিকাৰ, কষ্টিউম ডিজাইনাৰ, অভিনেত্ৰী আৰু সমাজ কৰ্মী।
১৯৪৯ - ফৰিদা জালাল, ভাৰতীয় অভিনেত্ৰী।
১৯৫৬ - ইন্দু মলহোত্ৰা, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ।
১৯৬৫ - আমিৰ খান, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
১৯৬৭ - মাইকেল ফিংক, আমেৰিকান মহাকাশচাৰী।
১৯৭২ - ইৰম চানু শৰ্মীলা, ভাৰতীয় মানৱ অধিকাৰ কৰ্মী। “মণিপুৰৰ লৌহ নাৰী” হিচাপে পৰিচিত।
মৃত্যু
১৮৮৩ - কাৰ্ল মাৰ্ক্স, জাৰ্মান সমাজ বিজ্ঞানী আৰু মাৰ্ক্সবাদৰ প্ৰবক্তা।
১৮৯৯ - হেৰ্মান ষ্টাইণ্টল, জাৰ্মান ভাষাতাত্ত্বিক আৰু দাৰ্শনিক।
১৯৯৫ - উইলিয়াম আলফ্ৰেড ফোলাৰ, ন’বেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
২০১০ - বীৰেশ্বৰ বৰুৱা, অসমীয়া কবি আৰু সমালোচক।
২০১৮ - ষ্টিফেন হকিং, ইংৰাজ জ্যোতিৰ্বিজ্ঞানী, এ' ব্ৰিফ হিষ্ট্ৰি অৱ্ টাইমৰ ৰচক।
২০২২ - মীনা স্বামীনাথন, ভাৰতীয় শিক্ষাবিদ।
দিৱস
পাই দিৱস - (গণিত- ৩.১৪ সংখ্যাৰ স্মৰণত)।
মাতৃভাষা দিৱস (এষ্টনিয়া)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)