এটা মাত্ৰ ভুলৰ বাবেই নিজৰ তিনি বছৰীয়া কন্যা সন্তানটিক তাই আজি হেৰুৱাবলগীয়া হ'ল । দূৰভাষত ব্যস্ত হৈ গৈ থাকোতেই জীয়েক গৈ ৰাষ্টাৰ মাজ পাইছিল বুলি তাই গমকেই নাপালে । যাৰ ফলস্বৰূপে তীব্ৰবেগী এখন ডাম্পাৰ গাড়ীয়ে তাইৰ কণমানি জীয়েকক খুন্দা মাৰে আৰু থিতাতে জীয়েকে মৃত্যুক সাৱটি ল'বলগীয়া হয় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ