অনুকৰণ***বসন্ত ৰবিদাস

@admin
0
যোৱাৰাতি ৰমেনে মদৰ ৰাগিত পত্নী হেমলতাক অবাচ্য মাতেৰে গালি-গালাজ কৰা কথাবোৰ ছয় বছৰীয়া পুত্ৰ বৈভৱে এতিয়া আখৈ ফুটাদি মাতিব পৰা হ'ল।
পত্নী হেমলতা আৰু ৰমেনৰ মাক জানকীৰ বুজনিয়ে একো ফল নধৰিলে না ৰমেনৰ না বৈভৱৰ।
ভৱিষ্যত এনেকৈয়ে গঢ় লয় উঠে। জীৱনৰ ৰূপ ৰেখাবোৰ সৰুতে শিপাই বৃক্ষ ৰূপ লয়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)