প্ৰতাৰণা•দীপাংকৰ শইকীয়া

@admin
0
মনীষাৰ দেহটো জঠৰ হৈ গছডালতে ওলমি আছিল। তাই হেনো সঁচা ভালপোৱাৰ নামত ভণ্ড প্ৰেমিকৰ হাতত নিজৰ দেহ মন সঁপি দিছিল। এতিয়া সামাজিক মাধ্যমত তাইৰ নগ্ন ফটোৱে তোলপাৰ লগাইছে।

📝 দীপাংকৰ শইকীয়া।
জিলাঃ ধেমাজি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)