জীৱন দুদিনীয়া - নাং বন্তী গোহাঁই

 protibha phukon
0
জীৱন দুদিনীয়া নকৰিবা অহংকাৰ এই জীৱনৰো কোনো ভৰষা নাই।
জীৱন দুদিনীয়া
কচুপাতৰ পানী মিলি যাব মাটিৰ লগত।
জীৱন দুদিনীয়া নকৰিবা কাকো বেয়া ব্যৱহাৰ ।
যদি কৰা কাৰোবাক বেয়া ব্যৱহাৰ পাছত নাপাবা সুযোগ ক্ষমা বিচৰা।
সেই বাবে সকলোৱে লগত সদাই 
মিলি থাকিবা।
দুদিনীয়া জীৱনত তুমি যদি কষ্ট নোপোৱা সাহসী হ'বা কেনেকৈ।
দুদিনীয়া জীৱনত তুমি যদি বিফলতা নোহোৱা সফলতা আনন্দ 
কেনেকৈ বুজিলা।
দুদিনীয়া জীৱনত যদি তুমি দুখ নোপোৱা সুখৰ অনুভৱ কেনেকৈ বুজিবা।
দুদিনীয়া জীৱনত যদি তুমি একো ভুলেই নকৰা তেন্তে তুমি শিকিবা কেনেকৈ।
দুদিনীয়া জীৱনত যদি তুমি বিচাৰিলে সকলো পোৱা অপেক্ষা কি কেনেকৈ বুজিবা
তাৰ মাদকতা।


 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)