নতুন বছৰত ন উদ্যমেৰে এইবাৰ সাপ্তাহিক হিচাপে হিচাপে প্ৰকাশ পাব । এয়া সাহিত্যৰ জগতখনৰ বাবে সুখবৰ । আলোচনীখনৰ বাবে শুভকামনা জনালোঁ । ইয়াৰ জৰিয়তে ন ন লেখক সকলে তেওঁলোকৰ সৃষ্টি সমূহ পঢ়ুৱৈ সমাজলৈ আগবঢ়াব । আলোচনীখনে পুনৰ আগৰ গৰিমা ঘুৰাই আনিব এয়া মোৰ বিশ্বাস ।
শুভেচ্ছা বাণী - কাব্যশ্ৰী হেমেন হাজৰিকা
January 04, 2026
0
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ