অনুভৱ ~ জোনমনি বৰা

Mousumi Bhuyan
0
অনুভৱত পশালি দুহাত দুভৰি
শব্দৰ সৈতে কেলি কৰি মোৰ
বিজলুৱা অভ্যাস বহু পুৰণি
কৌশোৰৰ ধেমালিত আছিল সেইয়া মোৰ কৰি ভাল লগা
কামৰ নমুনা ৷
যৌৱনত হৈ পৰিল সেইয়া মোৰ জীৱন সাধনা 
প্ৰাপ্তবয়সত সেইয়া মোৰ বাবে হৈ পৰি আমৰণ বাসনা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)