Home ছাইফুদ্দিন আহমেদ অপমৃত্যু~ছাইফুদ্দিন আহমেদ অপমৃত্যু~ছাইফুদ্দিন আহমেদ person@admin February 08, 2026 0 share ভয় আৰু সংশয় প্ৰতি খোজে খোজে,এয়ে যেমানুহবোৰ মানুহ হৈ থাকিব পৰা হ’লে!আজি মানৱতাৰকিজানি,অপমৃত্যু নহ’ল হয়৷নিতৌ বাতৰিহত্যা, হিংসা, ধৰ্ষণ আৰু লুণ্ঠনৰ৷মানুহ নামৰ দুঠেঙীয়াপশুবোৰৰ কি যে বিবস্ত্ৰ ৰূপ!অহৰহ চেষ্টা মোৰ এই যে মানৱতাৰ অপমৃত্যুকৰিব পাৰোঁ কেনেকৈ ৰোধ৷ Tags ২০২৬০৬কবিতাছাইফুদ্দিন আহমেদ Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ