সাঁথৰ - হীৰক জ্যোতি দাস

 protibha phukon
0
ডায়েৰীৰ পৃষ্ঠাৰ ভাঁজত সাঁচি ৰখা গোলাপৰ সেই বিশেষ পাহিটি আজিও উলিয়াই চাওঁ। 

আগৰ দৰে সজীৱতা নাই যদিও তাৰ প্ৰতি থকা আকুলতা খিনি আদৰ খিনি মোৰ বাবে আজিও সজীৱ। 

তোমাৰ হাতৰ পৰশ যেন  আজিও লাগি  আছে পাহিটিত।
গোলাপৰ সেই পাহিটি কেৱল এটি মাথোঁ ফুল হিচাপে দিছিলা নে আমাৰ মৰমৰ প্ৰতিশ্ৰুতি স্বাক্ষৰ হিচাপে কথা বোৰ যেন আজিও এক নুবুজা সাঁথৰ। 
            

    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)