প্ৰেম - নাং লিজাশ্ৰী বন্তী গোহাঁই

 protibha phukon
0
প্ৰেম এক স্বৰ্গীয় অনুভূতি মাথো যি শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এক অবুজ সাঁথৰ।
হাজাৰ ভাবনাই বাহ 
লয় মনৰ চাৰিওবেৰৰ 
মাজত।
আৱদ্ধতা মাজত 
ওলমি ৰয়
মাথো এটি নিথৰ নিশা।
কিন্ত বাস্তৱ জীৱনত
যেন দেখো মাথো শূণ্যতাৰে ভৰা।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)