বগা সাজ—ৰাহুল খান
person@admin
February 01, 2026
সৰুৰে পৰা বগা কাপোৰ খুব প্রিয় আছিল তাইৰ । বগা ফ্রকটিৰে তাইক বৰ ধুনিয়াও দেখিছিল । বিয়াত সেই বগা পাটৰ সাজযোৰে ,তাই সকলোৰে পঞ্চমুখ হৈ পৰিছিল ।আজি পিছে বগা সাজযোৰে তাইক বৰ দুৰ্বল কৰি পেলাইছে। বিয়াৰ কিছুদিন পিছতে গিৰিয়েকৰ অকাল মৃত্যুত বগা সাজ যোৰে তাইৰ মুখৰ হাঁহিটিও কাঢ়ি লৈ গল!
Share to other apps
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ