ঘটনাৱলী
১৯৭৫ - ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।
জন্ম
১৮৯৩ - ৰাজবালা দাস, অসমীয়া শিক্ষাবিদ।
১৯০৮ - লোকনাথ বল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
১৯১৬ - অন্নপূৰ্ণা গোস্বামী, ভাৰতীয় সাহিত্যিক।
১৯৫৩ - বসুন্ধৰা ৰাজে, ভাৰতীয় ৰাজনীতিবিদ।
১৯৫৮ - যোগেশ্বৰ বৰুৱা, ভাৰতৰ মুক্তি যুঁজাৰু।
১৯৮৪ - ৰোছ টেইলৰ, নিউজিলেণ্ডৰ ক্ৰিকেটাৰ।
মৃত্যু
১৫৩৪ - ৰাণী কৰ্ণাৱতী, ভাৰতৰ বুন্দিৰ ৰাজকুঁৱৰী আৰু অস্থায়ী শাসক।
১৭০২ - তৃতীয় উইলিয়াম, ইংলেণ্ডৰ ৰজা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ