মাকে কান্দি কান্দি কোৱা কথা কেইষাৰ শুনি , বিদ্যালয় লৈ ওলোৱা সৰুকণ ঠাইতে ৰ'ল। সি এবাৰ কান্দি থকা মাকলৈ আৰু এবাৰ পিৰালি ৰ এচুকত জোপোকা লাগি বহি থকা দেউতাকলৈ চালে।
তাৰ শিশু সূলভ মনটিত যেন ঘপককৈ এক অবুজ পৰিপক্কতাই গাঢ় কৰিলে। লৰালৰিকৈ সি তাৰ কিতাপবোৰ নি ঘৰৰ চুক এটাতে থ'লেগৈ আৰু মাকৰ কথা মতে মহাজনৰ ঘৰত কাম কৰিবলৈ একাষাৰে ই মান্তি হʼল।।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ