অসমীয়া সাহিত্যৰ চানেকি📝ষষ্ঠ বৰ্ষ সংখ্যা-০২

Rinku Rajowar
4
মাঘ বিহুঃপৰম্পৰা আৰু মিলনৰ উৎসৱ

মাঘ বিহু অসমীয়াৰ জীৱনত পৰম্পৰা, শ্ৰম আৰু মিলনৰ এক অনন্য প্ৰকাশ। পুহ মাহৰ কঠোৰ পৰিশ্ৰমৰ অন্তত এই উৎসৱে কৃতজ্ঞতা আৰু আনন্দৰ বাণী কঢ়িয়াই আনে। ভেলাঘৰ, উৰুকাৰ নিশা আৰু সমূহ আহাৰে সমাজত ভাগ-বতৰা আৰু সহাবস্থানৰ মূল্যবোধ দৃঢ় কৰে।
সময় সলনি হ’লেও মাঘ বিহুৰ তাৎপৰ্য অটুট। আধুনিকতাৰ ব্যস্ততাতো এই উৎসৱে আমাক শিপাৰ কথা সোঁৱৰাই দিয়ে আৰু সংস্কৃতিক জীৱনৰ স্বাভাৱিক অংশ হিচাপে জীয়াই ৰাখে।
ডিজিটেল যুগত সাহিত্যই এই পৰম্পৰাক শব্দৰ মাজেৰে সংৰক্ষণ কৰাৰ দায়িত্ব বহন কৰে। “অসমীয়া সাহিত্যৰ চানেকি”য়ে অসমীয়া ভাষা আৰু সংস্কৃতিক সময়োপযোগী ৰূপত আগবঢ়াই নিয়া এই যাত্ৰাত সদায় প্ৰতিশ্ৰুতিবদ্ধ।
এই মাঘ বিহুত আমাৰ কামনা—ঐক্য দৃঢ় হওক, সংস্কৃতি সমৃদ্ধ হওক আৰু উৎসৱৰ পোহৰে সমাজক আগুৱাই লৈ যাওক।

•সত্ৰ আৰু কিছুমান বিতৰ্কিত প্ৰসংগ-অনিৰ্বাণ দত্ত

•অসমৰ চাহ শ্ৰমিকৰ প্ৰতিবাদ - বিনোদ চেৰো

•আদৰ্শৰ সৈতে আপোচ নকৰা প্ৰধানমন্ত্ৰীজন - নৱজ্যোতি কাশ্যপ

•মাঘ বিহু- হেমেন হাজৰিকা

•মাঘ বিহুৰ মেজি - নয়ন নাথ

•অসমীয়া চাহজনজাতীয় লোকসমাজত ৰামায়ণী প্ৰভাৱ-সুনীতা ৰাই গৰাইত

•গছ থাকিলেহে মানুহ থাকিব -চিন্ময় অনুৰাগ নাথ

•বায়ু প্ৰদূষণ: মানৱ অধিকাৰৰ নীৰৱ হত্যাকাৰী - অংকুৰজ্যোতি হাতীমূৰীয়া

•সোণোৱালী ধানৰ গান - দীপজ্যোতি কমল মহন্ত

•গ্ৰন্থমেলা আৰু কিছু অনুভৱ -দৃলীনা দাস

•শেষ চিঠি - কুঞ্জ মোহন কাকতি

•ভালপোৱা- তৃষ্ণা কটকী

•মেঘৰ আঁৰত হৃদয়ৰ ছবি - সংগীতা গায়ন বৰা

•আঘোণ - গীতালী দাস

•মৰমৰ তনু - ইন্দু দত্ত উজীৰ

•প্ৰিয় -ৰাখী কাশ্যপ

•নীলা খামৰ চিঠি - অংকিতা বৰ্মন

•নীলা খামৰ চিঠি - তৃষ্ণা দাস

•মৰমৰ ৰিতু -ছুমাইয়া ফাতেমী

•হামিং কিং জুবিন গাৰ্গ ~ দানিয়েল ওৰাং

•মৰমৰ প্ৰভাত- চয়নিকা শ‌ইকীয়া

•নাৰী- অলকেশ খাটনিয়াৰ

•দিশে দিশে জ্বলিছে অগণিন ~ ৰেণু শৰ্মা

•নীৰৱ চাঁৱনি- ৰিতুপৰ্ণ শৰ্মা

•তোমাৰ অজ্ঞাতেই-ঋতুপৰ্ণা শইকীয়া

•মোৰ যোদ্ধা-ইচ্ছাৰাণী কাকতী  


লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক 


Post a Comment

4Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ভোগালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ।

    ReplyDelete
  2. সুন্দৰ, পঢ়ি আছোঁ, ভাল লাগিছে।

    ReplyDelete
Post a Comment