Home মনিৰ আলী জীৱন বোৱতী নৈৰ দৰে - মনিৰ আলী জীৱন বোৱতী নৈৰ দৰে - মনিৰ আলী person protibha phukon January 18, 2026 0 share জীৱন বোৱতী নৈৰ দৰে—ক্ষণে শান্ত, ক্ষণে উথলি উঠে,কেতিয়াবা শিলত খুন্দা খায়,কেতিয়াবা বালিতেই থমকি ৰয়।পথত লগ পায় সুখ-দুখৰ ঢৌ,কিন্তু বোৱা কেতিয়াও নৰয়,শেষত গৈ মিলি যায় অসীম সাগৰত—সেইয়েই জীৱনৰ নীৰৱ সত্য। Tags ২০২৬০৩কবিতামনিৰ আলী Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ